মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা উচ্চতৰ শিক্ষাৰ সঞ্চালক

২০১৬-১৭ আৰু ২০১৭-১৮ অন্তিম বৰ্ষৰ বাবে আঁচনিসমূহ

  • ২০১৬-১৭ বিত্তীয় বৰ্ষ

    ক্ৰ. নং.আঁচনিসমূহবাজেটৰ উপবন্ধব্যয়

    ১

    ৫০.০০ লাখ টকা ব্যয়েৰে ৩৩ খন মহাবিদ্যালয়ৰ আন্তঃগাঠনিৰ উন্নয়ন

    ১৮০০.০০ লাখ টকা

    ১৬৫০.০০ লাখ টকা

    ২

    ১০২ খন গ্ৰামীণ অঞ্চলৰ মহাবিদ্যালয়ৰ আন্তঃগাঁঠনিৰ উন্নয়ন

    ১৫০০.০০ লাখ টকা

    ১৫০০.০০ লাখ টকা

    ৩

    ৫ খন মহাবিদ্যালয়লৈ বৃত্তিমূলক পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ কাৰণে আৰ্থিক সাহাৰ্য

    ১০০.০০ লাখ টকা

    ১০০.০০ লাখ টকা

    ৪

    দৰিদ্ৰ সীমা ৰেখাৰ তলৰ শিক্ষাৰ্থীক বিনামূলীয়া নামভৰ্তিৰ কাৰণে চৰকাৰী আৰু প্ৰাদেশিকৃত মহাবিদ্যালয়লৈ সহায়ক অনুদান

    ৫০০০.০০ লাখ টকা

    ৪৩৯৭.১৩৩২৪

    ১৮.০৯৮৪৯

    ৪.০৮৬৭০

    ৫

    ৩০১ খন মহাবিদ্যালয়ত ৱাই-ফাই সুবিধা সংযোগ

    ১৫০.০০ লাখ টকা

    ১৫০.০০ লাখ টকা

    ৬

    ২৭৪ খন মহাবিধ্যালয়লৈ শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ

    ২৭৮.০০ লাখ টকা

    ২৭৪.০০ লাখ টকা

    ৭

    তিনিখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীলৈ শিক্ষাৰ্থী কল্যাণ(ক্ৰীড়া সমাৰোহ)

    ৮০.০০ লাখ টকা

    ৮০.০০ লাখ টকা

    ৮

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন(নতুন)

    ১৫০.০০ লাখ টকা

    ১৫০.০০ লাখ টকা

    ৯

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন(চলিত)

    ৫৫০.০০ লাখ টকা

    ৫৫০.০০ লাখ টকা

    ১০

    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন(চলিত)

    ৫৫০.০০ লাখ টকা

    ৫৫০.০০ লাখ টকা

    ১১

    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন(নতুন)

    ১৫৮.৯৬ লাখ টকা

    ১৫৮.৯৬ লাখ টকা

    ১২

    বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন(নতুন)

    ২০০.০০ লাখ টকা

    ২০০.০০ লাখ টকা

    ১৩

    কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন(নতুন)

    ৩০০.০০ লাখ টকা

    ৩০০.০০ লাখ টকা

    ১৪

    কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়

    ৩৫০.০০ লাখ টকা

     

    ৩৫০.০০ লাখ টকা

    ১৫

    কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়নৰ বিশ্ববিদ্যালয়

    ১১২.৫০ লাখ টকা

    ১১২.৫০ লাখ টকা

    ১৬

    প্ৰকাশন বোৰ্ডলৈ সহায়ক অনুদান

    ৯৯.০০ লাখ টকা

    ৯৯.০০ লাখ টকা

     

    ১৭

    অসম সাহিত্য সভালৈ সহায়ক অনুদান

    ১০০.০০ লাখ টকা

    ১০০.০০ লাখ টকা

     

    ১৮

    প্ৰকাশন বোৰ্ড। ব্ৰহ্মপুত্ৰ সাহিত্য উত্সৱ

    ১১৫.০০ লাখ টকা

    ১১৫.০০ লাখ টকা

    ১৯

     

    শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ অনুদান

    ৩৫০.০০ লাখ টকা

    ৩৫০.০০ লাখ টকা

    ২০

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত দক্ষিণ এচিয়া অধ্যয়ন কেন্দ্ৰ

    ১০০.০০ লাখ টকা

    ১০০.০০ লাখ টকা

     

    ২০১৭-১৮ বিত্তীয় বৰ্ষ

                                                    চাবলৈ চোৱাইপ কৰক-

    ক্ৰ. নং.আঁচনিসমূহলাখৰ হিচাপত

    ১

    চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ত অনলাইন নামভৰ্তি

    ১০০

    ২

    চৰকাৰী মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেল বোৰ্ডাৰৰ মাচুল ওয়েভাৰ

    ১০০

    ৩

    সকলো মহাবিদ্যালয়ত ৱাই-ফাই স্থাপন

    ১০

    ৪

    বৃত্তিমূলক পাঠ্যক্ৰমৰ প্ৰৱৰ্তনৰ কাৰণে মহাবিদ্যালয়সমূহলৈ এফ.এ.

    ৫০০

    ৫

    উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ শীৰ্ষ ১০০০ গৰাকী ছাত্ৰীলৈ স্কুটি যোগান

    ৫০০

    ৬

    চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ কাৰণে সহায়ক অনুদান

    ৫০০০

    ৭

    শিক্ষাৰ্থীৰ কাৰণে বীমাৰ আচ্ছাদিত কৰা

    ১০০

    ৮

    শিক্ষাৰ্থীৰ শিক্ষামূলক ভ্ৰমণ

    ২৭৪

    ৯

    তিনিখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীলৈ শিক্ষাৰ্থী কল্যাণ(ক্ৰীড়া সমাৰোহ)

    ৮০

    ১০

    চৰকাৰী আৰু প্ৰাদেশীকৃত মহাবিদ্যালয়ত আন্তঃগাঁঠনি উন্নয়ন(নতুন)

    ৩৯৩৯.৫

    ১১

    বিজ্ঞান শাখাৰ বাবে সঁজুলি/সৰঞ্জাম/প্ৰয়োগশালা/ৰসায়ন

    ১৩০.৫

    ১২

    আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত শিক্ষাৰ্থীৰ অংশগ্ৰহণৰ বাবে অনুদান

    ৫

    ১৩

    ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন

    ১৫০

    ১৪

    তেজস্বীনৱধৃতামাস্তো এডো আন্তঃ পুঁজিঃ অষ্টাদশ মুকুটাৰ উন্নয়নেই মালা” ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন

    ১২০০

    ১৫

    তেজস্বীনৱধৃতামাস্তো এডো আন্তঃ পুঁজিঃ অষ্টাদশ মুকুটাৰ উন্নয়নেই মালা” গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন

    ১২০০

    ১৬

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়ন

    ১৫০

    ১৭

    তেজস্বীনৱধৃতামাস্তো এডো আন্তঃ পুঁজিঃ অষ্টাদশ মুকুটাৰ উন্নয়নেই মালা” বড়োলেণ্ড বিশ্ববিদ্যালয়

    ১০০০

    ১৮

    তেজস্বীনৱধৃতামাস্তো এডো আন্তঃ পুঁজিঃ অষ্টাদশ মুকুটাৰ উন্নয়নেই মালা” কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় 

    ২০০

    ১৯

    তেজস্বীনৱধৃতামাস্তো এডো আন্তঃ পুঁজিঃ অষ্টাদশ মুকুটাৰ উন্নয়নেই মালা” কটন বিশ্ববিদ্যালয় 

    ৫০০

    ২০

    তেজস্বীনৱধৃতামাস্তো এডো আন্তঃ পুঁজিঃ অষ্টাদশ মুকুটাৰ উন্নয়নেই মালা” কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু প্ৰাচীন অধ্যয়নৰ বিশ্ববিদ্যালয়

    ১০০০

    ২১

    শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়লৈ অনুদান

    ৩৫০

    ২২

    বিদ্যমান মহাবিদ্যালয়ৰ উন্নতকৰণৰ ডৰিয়তে ৩ খন বিশ্ববিদ্যালয়লৈ সহায়ক অনুদান

    ৩০০

    ২৩

    জোনাইত তেজপুৰ বিশ্ববিদ্যালয়ৰ(কেন্দ্ৰীয় বিশ্ববিদ্যালয়) নতুন বিদ্যায়তন স্থাপন

    ২০০