ক্ৰমিক নং | সেৱা | চৰ্ত | সময়ৰেখা প্ৰবাহ | (যদি লাগে) মাননি | যোগাযোগৰ বাবে/কাৰ্যালয় | মন্তব্য |
---|---|---|---|---|---|---|
১ | প্ৰশাসনিক অনুমোদন প্ৰদান | (ক) বাজেট প্ৰদান (খ) পৰিকল্পনা আৰু হিচাপ (গ) অগ্ৰাধিকাৰ তালিকা (ঘ) পি.এণ্ড ডি.ৰ অনুমোদন/বিত্ত বিভাগ | ৩০ দিন | ৫ | অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
২ | বিত্তীয় শাখাৰ অনুমোদন প্ৰদান | (ক) বাজেট প্ৰদান (খ) পৰিকল্পনা আৰু হিচাপ (গ) অগ্ৰাধিকাৰ তালিকা (ঘ) পি.এণ্ড ডি.ৰ অনুমোদন/বিত্ত বিভাগ | ৩০ দিন | ৫ | অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
৩ | চিলিং নিৰ্ধাৰণৰ বিষয় | (ক) বাজেট বিধান (খ) অনুমোদিত প্ৰপত্ৰৰ কপি কৰা (গ) বিত্ত বিভাগৰ অনুমোদন | ১৫ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
৪ | ছুটীৰ মঞ্জুৰি | (ক) সঠিক ফৰমেটত আবেদন (খ) ছুটী গ্ৰহণযোগ্যতাৰ ৰিপোৰ্ট | ২০ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
৫ | এন.অ.চি. প্ৰদান বিষয়/ নতুন মহাবিদ্যালয়/নতুন পাঠ্যক্ৰম খোলাৰ বাবে চৰকাৰৰ সন্মতি | (ক) সংশ্লিষ্ট মহাবিদ্যালয় জি.বি.ৰ সিদ্ধান্ত গ্ৰহণ সম্পৰ্কীয় নথিপত্ৰৰ সৈতে (খ) ডি.এইচ.ইৰ অনুমোদন/উপৰোধ | ৬০ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
৬ | অধ্যাপকৰ বিদেশ ভ্ৰমণৰ এন.অ.চি. প্ৰদান | (ক) সঠিক ফৰমেটত আবেদন (খ) সম্পদ আৰু দায়িত্বৰ ৰিপোৰ্ট (গ) সংলগ্ন নথিপত্ৰৰ সৈতে ডি.এইছ.ই/ডি.টি.ইৰ পৰা প্ৰস্তাৱ | ৩০ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
৭ | পি.এইচ.ডি./এম.ফিল/এম টেক/এম.ই. প্ৰাপ্তিত বেতন বৃদ্ধি | (ক) চৰকাৰী মহাবিদ্যালয়ৰ/ডি.এইচ.ই/ডি.টি.ইৰ অধ্যক্ষৰ দ্বাৰা প্ৰাপ্ৰকৰ পৰা প্ৰস্তাৱ (খ)পি.এইচ.ডি./এম.ফিল/এম টেক/এম.ই. প্ৰাপ্তিৰ কাৰণে সম্পৰ্কিত চাৰ্টিফিকেট | ৩০ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ) |
|
৮ | এ.জি.লৈ পেন্সনৰ/উত্তৰ বেতনৰ কাগজ পঠোৱা | (ক) সেৱা/কাৰ্যাৱলীৰ সকলো ৰেকৰ্ড/নথি (খ) সেৱা বহীৰ কপি | ২০ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ আৰু কাৰিকৰী) বিভাগ |
|
৯ | পদোন্নতিৰ নিৰ্দেশ জাৰি | (ক) সংশ্লিষ্ট অধ্যক্ষ/ডি.এইচ.ই/ডি.টি.ই.ৰ পৰা আনুষ্ঠানিক প্ৰস্তাৱ | ৬০ দিন |
| অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ আৰু কাৰিকৰী) বিভাগ |
|
১০ | আৰ.টি.আই এক্টৰ অধীনত তথ্য জাৰি কৰা | (ক) বগা কাগজত আবেদন (খ) আবেদনৰ মাননি (গ) কাগজ পত্ৰ/তথ্যপাতি (ঘ) যোগাযোগৰ ঠিকনা (মাননি অব্যাহতিৰ বাবে বি.পি.এল কাৰ্ড) | ৩০ দিন | আই.পি.অ. ১০ টকা | অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ আৰু কাৰিকৰী) বিভাগ |
|
১১ | আৰ.টি.পি.এছ এক্টত অতিৰিক্ত সেৱাৰ নিৰ্দেশ জাৰি | - | - | - | - | - |
১২ | এক্ট/নিয়মাৱলী আপলড কৰা | - | ৬০ দিন | - | - | - |
১৩ | ৱেবছাইট আপডেট কৰা | - | সাপ্তাহিক | - | - | - |