I am now accessing as a :

Government Of Assam Higher Education DIRECTORATE OF HIGHER EDUCATION

সেৱা প্ৰদান

ক্ৰমিক নংসেৱাচৰ্তসময়ৰেখা প্ৰবাহ(যদি লাগে) মাননিযোগাযোগৰ বাবে/কাৰ্যালয়মন্তব্য

প্ৰশাসনিক অনুমোদন প্ৰদান

(ক) বাজেট প্ৰদান

(খ) পৰিকল্পনা আৰু হিচাপ

(গ) অগ্ৰাধিকাৰ তালিকা

(ঘ) পি.এণ্ড ডি.ৰ অনুমোদন/বিত্ত বিভাগ

৩০ দিন

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

বিত্তীয় শাখাৰ অনুমোদন প্ৰদান

(ক) বাজেট প্ৰদান

(খ) পৰিকল্পনা আৰু হিচাপ

(গ) অগ্ৰাধিকাৰ তালিকা

(ঘ) পি.এণ্ড ডি.ৰ অনুমোদন/বিত্ত বিভাগ

৩০ দিন

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

চিলিং নিৰ্ধাৰণৰ বিষয়

(ক) বাজেট বিধান

(খ) অনুমোদিত প্ৰপত্ৰৰ কপি কৰা

(গ) বিত্ত বিভাগৰ অনুমোদন

১৫ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

ছুটীৰ মঞ্জুৰি

(ক) সঠিক ফৰমেটত আবেদন

(খ) ছুটী গ্ৰহণযোগ্যতাৰ ৰিপোৰ্ট

২০ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

এন.অ.চি. প্ৰদান বিষয়/ নতুন মহাবিদ্যালয়/নতুন পাঠ্যক্ৰম খোলাৰ বাবে চৰকাৰৰ সন্মতি

(ক) সংশ্লিষ্ট মহাবিদ্যালয় জি.বি.ৰ সিদ্ধান্ত গ্ৰহণ সম্পৰ্কীয় নথিপত্ৰৰ সৈতে

(খ) ডি.এইচ.ইৰ অনুমোদন/উপৰোধ

৬০ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

অধ্যাপকৰ বিদেশ ভ্ৰমণৰ এন.অ.চি. প্ৰদান

(ক) সঠিক ফৰমেটত আবেদন

(খ) সম্পদ আৰু দায়িত্বৰ ৰিপোৰ্ট

(গ) সংলগ্ন নথিপত্ৰৰ সৈতে ডি.এইছ.ই/ডি.টি.ইৰ পৰা প্ৰস্তাৱ

৩০ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

পি.এইচ.ডি./এম.ফিল/এম টেক/এম.ই. প্ৰাপ্তিত বেতন বৃদ্ধি

(ক) চৰকাৰী মহাবিদ্যালয়ৰ/ডি.এইচ.ই/ডি.টি.ইৰ অধ্যক্ষৰ দ্বাৰা প্ৰাপ্ৰকৰ পৰা প্ৰস্তাৱ

(খ)পি.এইচ.ডি./এম.ফিল/এম টেক/এম.ই. প্ৰাপ্তিৰ কাৰণে সম্পৰ্কিত চাৰ্টিফিকেট

৩০ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ/কাৰিকৰী বিভাগ)

 

এ.জি.লৈ পেন্সনৰ/উত্তৰ বেতনৰ কাগজ পঠোৱা

(ক) সেৱা/কাৰ্যাৱলীৰ সকলো ৰেকৰ্ড/নথি

(খ) সেৱা বহীৰ কপি

২০ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ আৰু কাৰিকৰী) বিভাগ

 

পদোন্নতিৰ নিৰ্দেশ জাৰি

(ক) সংশ্লিষ্ট অধ্যক্ষ/ডি.এইচ.ই/ডি.টি.ই.ৰ পৰা আনুষ্ঠানিক প্ৰস্তাৱ

৬০ দিন

 

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ আৰু কাৰিকৰী) বিভাগ

 

১০

আৰ.টি.আই এক্টৰ অধীনত তথ্য জাৰি কৰা

(ক) বগা কাগজত আবেদন

(খ) আবেদনৰ মাননি

(গ) কাগজ পত্ৰ/তথ্যপাতি

(ঘ) যোগাযোগৰ ঠিকনা

(মাননি অব্যাহতিৰ বাবে বি.পি.এল কাৰ্ড)

৩০ দিন

আই.পি.অ. ১০ টকা

অসম চৰকাৰৰ শিক্ষা বিভাগৰ যুটীয়া সম্পাদক (উচ্চ আৰু কাৰিকৰী) বিভাগ

 

১১

আৰ.টি.পি.এছ এক্টত অতিৰিক্ত সেৱাৰ নিৰ্দেশ জাৰি

-

-

-

-

-

১২

এক্ট/নিয়মাৱলী আপলড কৰা

-

৬০ দিন

-

-

-

১৩

ৱেবছাইট আপডেট কৰা

-

সাপ্তাহিক

-

-

-