I am now accessing as a :

Government Of Assam Higher Education DIRECTORATE OF HIGHER EDUCATION

লক্ষ্য আৰু অভিযান

লক্ষ্য-

           ১. বিশ্বায়নৰ প্ৰতিযোগিতাত ভাগ লব পৰাকৈ বিশ্ববিদ্যালয়সমূহৰ পূৰ্বাৱস্থাৰ পুনঃগঠন কৰা।

           ২. উচ্চতৰ আৰু কাৰিকৰী শিক্ষাৰ জৰিয়তে ৰাজ্যৰ মানৱ সম্পদৰ সম্ভাৱ্যতা উপলব্ধি কৰোৱা।

অভিযান

            ১. নতুন নতুন বৃত্তিগত শিক্ষানুষ্ঠানৰ স্থাপন কৰা আৰু প্ৰতিষ্ঠিতবোৰক অধিক শক্তিশালী কৰা।

            ২. চৰকাৰী আৰু ব্যক্তিগত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানক উত্সাহিত কৰা আৰু নতুননত্ব অনাৰ বাবে শৈক্ষিক সংসাধন আৰু আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে নীতি আৰু কাৰ্যসূচী প্ৰৱৰ্তন কৰা।